Band

Borluit Axom

Classified Id: 

1951

Address: 

Rukmini Nagar, Guwahati Assam

Time remaining: 81%
26/06/2024 (5 years)

Mobile No: 

8724926011

Classified Ads categories: 

State: 

Tags: 

Email Id: 

A unique band that performs Folk, Bihu, Fusion, Assamese Modern, Rock and Bollywood numbers. Our unique style of folk fusion has already been loved by people. Call us for any kind of cultural events, Bihu Function, Corporate Parties and events where quality matters.

লোক সংগীত, বিহু, অসমীয়া অধুনিক গীত, ৰক, হিন্দী গীত অনন্য ভাবে পৰিবেশন কৰি অহা বৰলুইত অসম হ'ল অসমৰ এটি অগতানুগতিক সাংগীতিক দল। আমাৰ অভিনৱ সংগীত শৈলী ইতিমধ্যে ৰাইজে আদৰি লৈছে। সাংস্কৃতিক সন্ধিয়া, বিহু মঞ্চ, কৰপোৰেট পাৰ্টী বা ডাঙৰ ইভেণ্ট, যত গুণগত মানদণ্ডক অধিক গুৰুত্ব দিয়া হয়, সংগীত পৰিবেশনৰ বাবে আমাৰ সতে যোগাযোগ কৰক।

Borluit Axom

Classified Id: 

1950

Address: 

Rukmini Nagar, Guwahati-781006
Ph:097062 16419

Time remaining: 88%
24/06/2028 (9 years)

Mobile No: 

097062 16419

Classified Ads categories: 

State: 

Tags: 

Email Id: 

অসমৰ থলুৱা আৰু যুৱ শিল্পীৰে গঠিত এটি দল। পুৰণি আৰু পাহৰণিৰ গৰ্ভত সোমাই পৰা অসমীয়া গীতসমূহ নতুন ৰূপত দৰ্শকৰ মাজলৈ লৈ যোৱাৰ উপৰিও কামৰূপী লোকগীত, হোলিগীত, বিহু আদি নতুন ৰূপত উপস্থাপন কৰি অসমৰ সাংস্কৃতিক জগতখনত নতুনকৈ ভুমূকি মাৰিছে বৰলুইত অসমে। অগতানুগতিক সংগীতশৈলীৰে আগন্তুক দিনত দৰ্শকৰ আশীষ ধৈন্য হৈ অসমৰ সংগীত জগতত এক নতুন মাত্ৰাৰ সংযোজন কৰাৰ দিশত আগবাঢ়িছে বৰলুইত অসম। ইতিমধ্যে মুক্তি লাভ কৰা তুমি আহিবানেৰ পিছত কেবাটাও গান দৰ্শকক মনোৰঞ্জন যোগাবলৈ মুক্তিৰ বাবে সাজু হৈছে। সাংস্কৃতিক সন্ধিয়া, বিহু আদিত মন পৰশা গীতেৰে দৰ্শকৰ হিয়া জুৰাবলৈ বা নচুৱাবলৈ বৰলুইত অসমৰ লগত যোগাযোগ কৰক।

Subscribe to RSS - Band