A unique band that performs Folk, Bihu, Fusion, Assamese Modern, Rock and Bollywood numbers. Our unique style of folk fusion has already been loved by people. Call us for any kind of cultural events, Bihu Function, Corporate Parties and events where quality matters.
লোক সংগীত, বিহু, অসমীয়া অধুনিক গীত, ৰক, হিন্দী গীত অনন্য ভাবে পৰিবেশন কৰি অহা বৰলুইত অসম হ'ল অসমৰ এটি অগতানুগতিক সাংগীতিক দল। আমাৰ অভিনৱ সংগীত শৈলী ইতিমধ্যে ৰাইজে আদৰি লৈছে। সাংস্কৃতিক সন্ধিয়া, বিহু মঞ্চ, কৰপোৰেট পাৰ্টী বা ডাঙৰ ইভেণ্ট, যত গুণগত মানদণ্ডক অধিক গুৰুত্ব দিয়া হয়, সংগীত পৰিবেশনৰ বাবে আমাৰ সতে যোগাযোগ কৰক।