Skip to main content
North East India's Local Information Service

Jahnabi Multilingual Input Tool, জাহ্নৱী, কম্পিউটাৰত খৰতকীয়াকৈ অসমীয়া লিখিবলৈ এক উন্নত মানৰ সঁজুলি

Jahnabi is an advanced software tool for writing Assamese speedily in Unicode method in Computer. These softwares are offered FREE of COST.
Salient features of this Word processor are-

  •     Auto-suggestion for words
  •     Dictionary
  •     Facility to add words to user’s Dictionary
  •     Spell-check
  •     Facility to create user’s own shortcut for frequently used idioms or sentences
  •     Idioms

কম্পিউটাৰত খৰতকীয়াকৈ অসমীয়া লিখিবলৈ এক উন্নত মানৰ সঁজুলি
এই সঁজুলিটোৰ মুখ্য সুবিধাসমূহ হ’ল-

  •     লিখিব বিচৰা শব্দৰ বাবে স্বয়ংক্ৰিয় পৰামৰ্শ(Auto Suggestion)
  •     অভিধান
  •     নিজৰ অভিধানত শব্দ সন্নিবিষ্ট কৰিব পৰা ব্যৱস্থা
  •     বানান পৰীক্ষা
  •     ব্যৱহাৰকাৰীৰ নিজৰ বাক্য বা বাক্যাংশৰ বাবে চৰ্টকাটৰ সৃষ্টিৰ সুবিধা
  •     ফকৰা-যোজনা
  •     ফেচবুক, ইমেইল বা অন্যান্য ৱেবছাইটত, MS Word, Excel,Notepad,Open Office Suite  আদিত লিখিব পৰাৰ সুবিধা।তাৰ বাবে জাহ্নৱীৰ ৱিনড'খন মিনিমাইজড(minimized) কৰি ৰাখিব লাগিব ইংৰাজী/অসমীয়াৰ টগল কী হিচাপে Control+Space বা Control+Q ব্যৱহাৰ কৰিব

Download Jahnabi